Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজিৰ পৰা বলবৎ নতুন SOP
শনিবাৰৰ পৰা ৰাজ্যত বলবৎ নতুন SOP।নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি।গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান আজিৰ পৰা।নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান প্ৰতি সপ্তাহত ৩ দিনকৈ হ’ব।বিবাহ, উৎসৱ আদিত সমবেত হ’ব নোৱাৰিব ২০০তকৈ বেছি লোক।অহা ৩০ জানুৱাৰী পৰ্যন্ত প্ৰযোজ্য হ’ব এই নিষেধাজ্ঞা।