skip to Main Content

১৫মাৰ্চৰ পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা


জটিল পৰিস্থিতিৰ মাজতে শিক্ষা বিভাগে জাৰি কৰিলে মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ সময়সূচী। ১৫মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু শেষ হ’ব ৩১মাৰ্চত।মেট্ৰিকৰ প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা হোৱাৰ বিপৰীতে দ্বিতীয় দিনা অথাৎ ১৭মাৰ্চত হ’ব অসমীয়া বিভাগৰ পৰীক্ষা। 

Back To Top