Skip to content

আজি অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয় দিচপুৰ প্ৰেছ ক্লাৱত।


আজি অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয় দিচপুৰ প্ৰেছ ক্লাৱত।মীন উন্নয়ন নিগমটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবৰ বাবে সকিয়াই দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।অসম মীন উন্নয়ন নিগমৰ বিত্তীয় কেলেংকাৰিত জড়িত বহুকেইজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অনুসূচীত যুৱ ছাত্ৰ পৰিষদে।

Back To Top