![](https://newsnetworktv.com/wp-content/uploads/2022/02/WhatsApp-Image-2022-02-21-at-5.59.00-PM.jpeg)
আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰেলৱেৰ ভূমি বহিৰাগত ব্যৱসায়িক হস্তান্তৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।ৰেল কতৃপক্ষৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৫৮ বিঘা ভূমি ৰাজ্য চৰকাৰৰ অধীনলৈ আনিবলৈ সকিয়াই দিয়ে।