Skip to content

আজি গণেশ চতুৰ্থী।প্ৰতিকুল বতৰৰ মাজতো ভক্তৰ ভীৰ মন্দিৰত।


আজি গণেশ চতুৰ্থী।প্ৰতিকূল বতৰৰ মাজতো মন্দিৰত ভক্তৰ ভীৰ।বৰষুণকো নেওঁচি মন্দিৰত ভক্তৰ দীঘলীয়া শাৰি দেখা গৈছে।বছৰটো ভালে কুশলে পাৰ হ’বৰ বাবে ধূপ-দীপ জ্বলাই পূজা অৰ্চনা কৰিছে সকলো লোকে।

Back To Top