A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
আজি ৰাষ্ট্ৰীয় একতা দিৱস।
আজি ৰাষ্ট্ৰীয় একতা দিৱস। আজি দেশব্যাপী চৰ্দাৰ বল্লভ ভাই পেটেলক স্মৰণ। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটোক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ ভাৰততে। সেয়ে ১৪৫সংখ্যক জন্মজয়ন্তীত চৰ্দাৰ পেটেলক স্মৰণ দেশবাসীৰ। গুজৰাটৰ কেৱড়ীয়াত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।