Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
আমিনগাঁৱত মন্ত্ৰী অজন্তা নেওঁগ।
আজি আমিনগাঁৱত উপস্থিত মন্ত্ৰী অজন্তা নেওঁগ। পোষণ মাহৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰি আমিনগাঁও উপায়ুক্ত কাৰ্যালয়ত এখন সভাত ভাগ লয় অজন্তা নেওঁগে। জীৱনৰ মাধ্যমেৰে সুস্বাস্থ্যৰ অভিমুখী যাত্ৰাৰ একত্ৰীকৰণ মুল থিম পুষ্টিহীনতামুক্ত অসমৰ দিশে এখোজ শীৰ্ষক সভাত মিলিত হ’ল মন্ত্ৰী অজন্তা নেওগ। ইয়াৰ পুৰ্বে শিশুৰ পুষ্টিহীনতা দুৰ কৰাৰ সংকল্গ লৈ আকাশত এৰি দিয়ে বৃহত বেলুন। অনুষ্ঠানটিত জিলাৰ আটাই কেইগৰাকী বিধায়ক উপস্থিতহৈ পোষন মাহ সফল কৰাৰ বাবে সহযোগিতা আগবঢ়ায়।