The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
উৰুকাৰ দিনা মহানগৰবাসীক সকাহ দিয়াৰ পদক্ষেপ ৰাজ্যৰ মীন বিভাগৰ
উৰুকাৰ দিনা মহানগৰবাসীক সকাহ দিয়াৰ পদক্ষেপ ৰাজ্যৰ মীন বিভাগৰ। ফিচফেডৰ জৰিয়তে মহানগৰবাসীয়ে আজি লাভ কৰিব সুলভ মূল্যত লোকেল মাছ। আন আন বজাৰৰ তুলনাত ৰূপনগৰৰ ফিচফেডত কম মূল্যতে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব ৰৌ, বৰালি, ভকুৱা, চিতলকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ। ৰৌ প্ৰতি কিলোগ্ৰামত ৩৫০ টকা, ভকুৱা ৪০০ টকা, চিতল ৮০০টকা, আৰি ৪০০ টকা, বৰালী ৫০০ টকা। আজি মহানগৰীৰ বিভিন্ন স্থানত ভ্ৰাম্যমান বাহনেৰে মাছ যোগান ধৰিব ফিচফেডে।