Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
এতিয়াৰে পৰা নালাগে ট্ৰেড লাইচেন্স।
এতিয়াৰে পৰা নালাগে ট্ৰেড লাইচেন্স।এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।কেৱল সুৰাৰ বিপণী আৰু বাৰৰ ক্ষেত্ৰত হে লাগিব ট্ৰেড লাইচেন্স।পঞ্চায়ত পৰ্য্যায়ত ট্ৰেড লাইচেন্স অবিহনে কৰিব পাৰিব ব্যবসায়।নালাগে গাওঁবুঢ়া তথা পঞ্চায়ত সভাপতিৰ প্ৰমাণ পত্ৰ।মাছখোৱাৰ এক দলীয় সভাত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।