In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই
কথক সম্ৰাটৰ পণ্ডিত বিৰজু মহাৰাজ আৰু নাই। নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিৰজু মহাৰাজৰ। ৮৩ বছৰ বয়সত মৃত্যু হয় বিৰজু মহাৰাজৰ। কথক সম্ৰাট গৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমী আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। মাধুৰী দীক্ষিতৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায় বচ্চনক কথক কলা শিকোৱা পণ্ডিত বিৰজু মহাৰাজ আৰু নাই। বহুতো তাৰকাই সামাজিক মাধ্যমৰ জৰিয়তে কথক সম্ৰাট গৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাইছে।