Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কলাক্ষেত্ৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
কলাক্ষেত্ৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি কৰিব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া বছৰজোৰা জন্মজয়ন্তী কাৰ্যসূচী। ভাৰ্ছুৱেলী ৰাষ্ট্ৰপতিয়ে আলাবৈ ৰণৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। যোৰহাটৰ লাচিত বৰফুকন মৈদামত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব।