Skip to content

কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী


কোভিড আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বছৰীয়া কেন্দ্ৰীয় মন্ত্ৰীজনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।

Back To Top