Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গণতন্ত্ৰ দিৱসত বন্ধ নিদিবলৈ আলফা(স্বা )ক আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
আৰক্ষী অধিক্ষকসকলৰ সন্মিলনত ২৬ জানুৱাৰীত আলফা(স্বা )ক বন্ধ নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।আৰক্ষী অধিক্ষকসকলৰ সন্মিলনৰ শেষত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সংবাদমেলযোগে তেখেতে জনায় যে ক্ৰমাণ্বয়ে আলফা সমস্যা সমাধানৰ দিশেও আগবাঢ়িব।উল্লেখ্য যে বিগত ১৫ আগষ্টত আলফা(স্বা )য়ে বন্ধ ঘোষণা কৰা নাছিল,সেয়েহে সমাগত গণতন্ত্ৰ দিৱসতো বন্ধ নিদিবলৈ সংগঠনটোক আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।