skip to Main Content

১২ আৰু ১৩ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়


৬ আৰু ৭ জানুৱাৰীত চৰকাৰী বন্ধ লাভ নকৰে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে। ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ লাভ কৰিব চৰকাৰী শিক্ষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ থাকিব অসমৰ স্কুলসমূহ।

Back To Top