
গুৱাহাটীত বৃহত্ পৰিমাণৰ ড্ৰাগছ জব্দ।টুইটাৰৰ জৰিয়তে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ড্ৰাগছখিনি এটা আন্তঃৰাজ্যিক চক্ৰৰ পৰা জব্দ কৰে।ড্ৰাগছখিনি জব্দ কৰে মহানগৰ আৰক্ষীৰ বিশেষ স্কোৱাডে লগতে গ্ৰেপ্তাৰ কৰে ২ সৰবৰাহকাৰীক।জইণ্ট CP পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলাইছিল এই অভিযান।