অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় এক সংবাদমেল।লিখিত পৰীক্ষাৰ চেন্টাৰ আছিল…
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা।
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা। পত্নী আৰু পুত্ৰক হত্যা কৰিআত্মহত্যা কৰিলে এজন লোকে। মহানগৰীৰ সাতগাঁও থানাৰ গাতে লাগি থকা ১৯ নং বাসগৃহত সংঘটিত হৈছে এই ঘটনা।এজন হোমিও ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে পত্নীৰ ডিঙি কাটি আৰু ছয় বছৰীয়া পুত্ৰক ডিঙি চেপি হত্যা কৰে আৰু পিছত নিজে আত্মহত্যা কৰে। অৱশ্যে পত্নীগৰাকী সংকটজনক অৱস্থাত GMCHত মৃত্যুৰ সৈতে যুঁজি আছে।ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছ তদন্ত।