A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
ছত্তীশগড়ৰ দুৰ্ধৰ্ষ মাওবাদী কমাণ্ডাৰ আক্কি ৰাজুৰ মৃত্যু
ছত্তীশগড়ৰ দুৰ্ধৰ্ষ মাওবাদী কমাণ্ডাৰ আক্কি ৰাজুৰ মৃত্যু। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আক্কি ৰাজুৰ। বিগত সময়ছোৱাত আক্কি ৰাজুৰ নেতৃত্বত ছত্তীশগড়ত নক্সালবাদীসকলে বহু অভিযানৰ নেতৃত্ব দিছিল। বহু চিআৰপিএফ জোৱানৰ হত্যাৰ মূল অভিযুক্ত আছিল আক্কি ৰাজু। ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ ঘন জংঘলত নক্সালবাদী সদস্যসকলে শেষ বিদায় জনায় আক্কি ৰাজুক।