Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
জনপ্ৰিয়তাৰ শীৰ্ষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
জনপ্ৰিয়তাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।দেশৰ বিজেপি শাসিত ৰাজ্যৰ মুখ্য়মন্ত্ৰীসকলক চেৰ পেলালে হিমন্ত বিশ্ব শৰ্মাই।বিজেপি শাসিত ৰাজ্যৰ মুখ্য়মন্ত্ৰীসকলতকৈ সবাটোকৈ জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা।যোগী আদিত্যনাথক চেৰ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয়তাৰ শীৰ্ষত। ড০ হিমন্ত বিশ্ব শৰ্মাৰ কামক লৈ ৫৬.৬শতাংশ লোক সন্তুষ্ট।ইণ্ডিয়া টুডেৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।