skip to Main Content

দিছপুৰত AIUDF ৰ প্ৰতিবাদ

আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ বিধায়কক জেহাদীৰ সৈতে তুলনা কৰাক লৈ এই প্ৰতিবাদ। মন্ত্ৰীদ্বয়ক ক্ষমা বিচাৰিবলৈ দাবী জনায় AIUDF এ।

Back To Top