A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ।ৰাজধানী দিল্লীত ৰাজহুৱা স্থানত চট পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ চৰকাৰে। ইয়াৰ বিৰুদ্ধে বিজেপিয়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি থকা সময়তে আঘাতপ্ৰাপ্ত হয় বিজেপি নেতা গৰাকী। তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।