Representative Image মাদ্ৰাছাত জাতীয় পতাকা উত্তোলন নকৰিলে মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ। এই হুংকাৰ অসমৰ…
দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থান দখল কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰেকৰ্ড ভংগ কৰি দেশৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্হান দখল কৰিবলৈ সক্ষম হয়।অৰমেক্স মিডিয়াৰ সমীক্ষাত জনপ্ৰিয়তাৰ শীৰ্ষত ড০ হিমন্ত বিশ্ব শৰ্মা।জানুৱাৰী মাহত হিমন্ত বিশ্ব শৰ্মাই পিছ পেলালে সকলো মুখ্যমন্ত্ৰীকে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক পিছ পেলাই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ল ড০হিমন্ত বিশ্ব শৰ্মাই।