Skip to content

ধনী ব্যক্তিৰ তালিকাৰ পৰা কৰ্তন হ’ল মুকেশ আম্বানীৰ নাম।


ধনী ব্যক্তিৰ তালিকাৰ পৰা কৰ্তন হ’ল মুকেশ আম্বানীৰ নাম কিয়নো কেৱল দেশৰ ভিতৰতে নহয় এছিয়াৰ ভিতৰতে ধনী ব্যক্তি হিচাপে পৰিগণিত হ’ল ব্যৱসায়ী তথা উদ্যোগপতি গৌতম আদানী।আন্তঃৰাষ্টীয় সংস্থা ব্লুমবাৰ্গৰ এক সমীক্ষা অনুসৰি গৌতম আদানীৰ বৰ্তমান সম্পতিৰ পৰিমাণ মুকেশ আম্বানীতকৈ ৯০ হাজাৰ কোটি টকা অধিক।

Back To Top