বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল…
নতুন বছৰত নতুন কৰ ১২% জিএছটি অনলাইন খাদ্যত
জিএছটি পৰিষদৰ তদন্ত অনুসৰী ছুইগি/জোমেটোৰ দ্বাৰা কোনো বাধ্যতামূলক পঞ্জীয়ন পৰীক্ষা কৰা হোৱা নাছিল। তাৰ ফলত ৰাজকোষৰ প্ৰায় ২,০০০ কোটি টকা কৰ লোকচান হৈছে বুলি চৰকাৰী তথ্যত কোৱা হৈছে৷ কিন্তু এতিয়া ১ জানুৱাৰীৰ পৰা ৰেষ্টুৰেণ্ট সেৱাৰ ওপৰত চৰকাৰৰ ওচৰত জিএছটি সংগ্ৰহ আৰু জমা কৰিবলৈ ছুইগি আৰু জোমেটোক দায়বদ্ধ কৰা হ’ব। তেওঁলোকে এনে সেৱাৰ সন্দৰ্ভত চালান জাৰি কৰিব লাগিব।