skip to Main Content

বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো

বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।পাঠ্যক্ৰমত থাকিব স্বদেশ অধ্যয়নো।শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাইৰ মন্তব্য।আছু-শিক্ষা সংসদৰ সম্পূৰ্ণ হ'ল বৈঠক।বিহু সন্দৰ্ভত পৰিকল্পিতভাৱে শিক্ষা প্ৰদানৰ আস্বাস।

Read More

শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই

শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই।শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক।কামৰূপ মেট্ৰতে আক্ৰান্ত হৈছে ৫১৭গৰাকী লোক।মৃত্যু হৈছে দুগৰাকীকৈ লোক।

Read More

ৰাজ্যৰ ভুৱা এনকাউন্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য লাগে গুৱাহাটী উচ্ছ ন্যায়ালয়ক।

গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউন্টাৰ সন্দৰ্ভত বিতং তথ্য় বিছাৰিছে।সঘনাই ঘটি থকা এনকাউন্টাৰ সন্দৰ্ভত এই সিদ্ধান্ত উচ্ছ ন্যায়ালয়ৰ।১১ জানুৱাৰীত এই বিষয়টোৰ শুনানিৰ দিন ধাৰ্য কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে।অধিবক্তা আৰিফ জোৱাদ্দাৰ,যিয়ে এই জনস্বাৰ্থজনিত আবেদন (নং ৮৬/ ২০২১)দাখিল কৰিছিল,তেওঁৰ…

Read More

নতুন বছৰত নতুন কৰ ১২% জিএছটি অনলাইন খাদ্যত

জিএছটি পৰিষদৰ তদন্ত অনুসৰী ছুইগি/জোমেটোৰ দ্বাৰা কোনো বাধ্যতামূলক পঞ্জীয়ন পৰীক্ষা কৰা হোৱা নাছিল। তাৰ ফলত ৰাজকোষৰ প্ৰায় ২,০০০ কোটি টকা কৰ লোকচান হৈছে বুলি চৰকাৰী তথ্যত কোৱা হৈছে৷ কিন্তু এতিয়া ১ জানুৱাৰীৰ পৰা ৰেষ্টুৰেণ্ট সেৱাৰ ওপৰত চৰকাৰৰ ওচৰত জিএছটি সংগ্ৰহ…

Read More

অশোক শইকীয়াৰ জামিন মঞ্জুৰ

অশোক শইকীয়াৰ জামিন মঞ্জুৰ।বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।ঋণ পৰিশোধ কৰা পত্ৰ বেংকৰ পৰা লাভ কৰাৰ পিছতে জামিন মঞ্জুৰ।এছকাৰ্ড বেংকৰ ঋণ অনাদায় গোচৰত গ্ৰেপ্তাৰ কৰিছিল শইকীয়াক।বেংকৰ ৯ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।ঋণ পৰিশোধ কৰা বুলি আদালতত পত্ৰ…

Read More

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কৰ, আবকাৰী, বন-ভূমি, ৰাজহ, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ পৰ্যালোচনা কৰি মুখ্য ৰাজহ উপাৰ্জনকাৰী বিভাগ কেইটাক শক্তিশালী কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

Read More

লাখটকীয়া ২ নম্বৰ ৰেলৱে গেটত ক্ৰাইম ব্ৰান্সৰ অভিযান!

লাখটকীয়া ২ নম্বৰ ৰেলৱে গেটত ক্ৰাইম ব্ৰান্সৰ অভিযান। ড্ৰাগছ সহ আটক মৰিজন বেগম নামৰ এজনক । ব্যক্তিজনৰ পৰা জব্দ ২০ তা ড্ৰাগছ ভৰ্তি কনতেইনৰ। ক্ৰাইম ব্ৰান্সে নাচিৰুদ্দিন আহমেদ নামৰ ড্ৰাগছ সৰবৰহকাৰীক বিচাৰি আহিছিল যদিও বৰ্তমান পলাতক নাচিৰুদ্দিন।

Read More

কিড অৱ দ্য ইয়েৰ’ গীতাঞ্জলি ৰাওলৈ

বিশ্ব প্ৰসিদ্ধ টাইম মেগাজিনে আগবঢ়োৱা টাইম 'কিড অৱ দ্য ইয়েৰ' বঁটা আগবঢ়োৱা হৈছে ভাৰতীয় মূলৰ ১৫ বছৰীয়া গীতাঞ্জলি ৰাওলৈ। বিশ্বৰ ৫ জাজাৰ মনোনীত কিডৰ পৰা গীতাঞ্জলি ৰাওক নিৰ্বাচন কৰা হয়। দূষিত খোৱাপানীৰ পৰা চাইবাৰ নিৰ্যাতন , নিচাসক্তকে ধৰি বিভিন্ন সমস্যাৰ…

Read More

২২ নৱেম্বৰত পুনৰ SI পৰীক্ষা

তদন্তৰ মাজতেই পুনৰ অনুষ্ঠিত হ'ব SI পৰীক্ষা । ২২ নৱেম্বৰত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা । পূৰ্বে ২০ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল SI পৰীক্ষা । ইতিমধ্যে সোমবাৰৰ পৰা উপলব্ধ হৈছে এডমিড কাৰ্ড। প্ৰাৰ্থী য়ে slprbassam.in ৱেৱচাইড যোগে…

Read More
Back To Top