The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
নিমাটি ঘাটত ভয়ংকৰ নাও দূৰ্ঘটনা।
মাজুলী অভিমুখে অহা এখন ফেৰী দুৰ্ঘটনা হয়। দুখন নাৱৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতেই এই নাও দুৰ্ঘটনা। ফেৰীখনত ডেৰ শতাধিক যাত্ৰী আৰু ৩৫ খনৰো অধিক বাইক আছিল। কিমান যাত্ৰী নিহত হৈছে এতিয়াও জানিব পৰা হোৱা নাই। ৩৫ জন যাত্ৰী সাতূৰি পাৰ হৈ প্ৰানৰক্ষা কৰিবলৈ সক্ষম হৈছে। মা কমলা আৰু এছ বি টিকিৰাই দুখন ফেৰী সংঘৰ্ষ হয়। নিমাটিৰ পৰা ৫০ মিটাৰ দুৰত এই ঘটনা সংঘটিত হয়।