Samagra Shiksha, Assam (SSA) has partnered with the World Bank for the "Supporting School Education…
পীযূষ হাজৰিকাক সকীয়নি” আৰ পি শৰ্মাৰ!
পীযূষ হাজৰিকাৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেতা আৰ পি শৰ্মা। ভূপেন বৰাৰ কবিতাক লৈ পীযূষ হাজৰিকাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দিলে জ্যেষ্ঠ নেতাগৰাকীয়ে। মন্ত্ৰী পীযূষ হাজৰিকাক মুখ চম্ভালি কথা ক’বলৈ আহ্বান আৰ পি শৰ্মাৰ। ‘‘পীযূষ হাজৰিকাই জনা উচিত ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে। কয়লা, গৰু, চুপাৰি আদি কমিচনৰ টকা কোনে খাইছে সকলোৱে জানে। পীযুষ হাজৰিকাৰ পিতৃ নিজে কংগ্ৰেছী আছিল । ভূপেন বৰাৰ কবিতাই ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে। কংগ্ৰেছে ভূপেন বৰাৰ কবিতা গাঁৱে-ভূঞে লৈ যাব বুলি মন্তব্য কংগ্ৰেছ নেতা আৰ পি শৰ্মাৰ।