skip to Main Content

ড০ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য।


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে ৰাজ্যপালে নিযুক্তি প্ৰদান কৰিলে ড০ জিতেন হাজৰিকাক।ৰাজ্যপাল জগদীশ মুখীয়ে এক পত্ৰৰ জৰিয়তে নিৰ্বাচন কৰিছে ড০ জিতেন হাজৰিকাক।৩১জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বিশ্ববিদ্যালয় খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ লীলাকান্ত নাথে।

Back To Top