Chief Minister Himanta Biswa Sarma on Monday launched a project ‘Vidya Rath- School on Wheels’,…
পুনৰ চৰকাৰে বন্ধ কৰিলে চীনা এপছ
পুনৰ চৰকাৰে বন্ধ কৰিলে চীনা এপছ। দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভাবুকি কঢ়িয়াই অনাৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে টিকটক, ইউ চি ব্ৰাউজাৰ, পাবজিৰ দৰে প্ৰায় শতাধিক এপছ বন্ধ কৰি দিছিল। ইয়াৰ পিছতে ১৪ ফেব্ৰুৱাৰী, সোমবাৰে পুনৰ ভাৰত চৰকাৰে ৫৪ টা চীনা এপ বন্ধ কৰি দিছে।দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগত এইবাৰ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিলে বিউটি কেমেৰা, চুইট চেলফি এইচডিৰ দৰে জনপ্ৰিয় চীনা এপ।