Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
প্ৰকাশ পালে নতুন SOP।১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ সান্ধ্য আইন।
১৫ তাৰিখৰ পৰা ৰাজ্যত আনলক প্ৰক্ৰিয়া।নাথাকিব কোনো ধৰণৰ নীতি-নিৰ্দেশনা।প্ৰত্যাহাৰ কৰা হৈছে সান্ধ্য আইন।সম্পূৰ্ণ ১০০ শতাংশ উপস্থিতিত খোল খাব চিনেমা হল।সভা সমিতিত অংশগ্ৰহণ কৰিবলৈ দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক।ৰাজহুৱা অনুস্থানত উপস্থিতি ১০০ শতাংশ কিন্তু দুয়োপালি ভেকচিন বাধ্যতামূলক।বিয়া সবাহত নাথাকিব কোনোধৰণৰ বাধ্য-বাধকতা।মাক্স,চেনিটাইজাৰ বাধ্যতামূলক।পৰীক্ষা গৃহলৈ যোৱা শিক্ষক -কৰ্মচাৰীয়েও গ্ৰহণ কৰিব লাগিব ভেকচিন।১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা খুলি দিয়া হ’ব বিদ্যালয়সমূহ।মেট্ৰিক,হায়াৰ চেকেণ্ডাৰী পৰীক্ষা সময়মতে হ’ব কিন্তু পৰীক্ষাৰ্থীয়ে লব লাগিব ক’ভিড ভেকচিন।