skip to Main Content

যোৰাবাটত চলন্ত ট্ৰাকত অগ্নিকাণ্ড।


যোৰাবাটত চলন্ত ট্ৰাকত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।যোৰাবাটৰ ১০ মাইলৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।ৰবৰভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে JK-02CG-9975।৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।জুঁইত সম্পূৰ্ণৰূপে যাহ যায় ১২ চকীয়া ট্ৰাকখন।

Back To Top