In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নামঘৰত নৈবদ্য অৰ্পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰাগাঁও শ্ৰী শ্ৰী বংশী গোপাল ৰাজহুৱা নামঘৰত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেখেতৰ সুস্বাস্থ্যৰ কামনাৰে নামঘৰত নৈবদ্য অৰ্পণ মুখ্যমন্ত্ৰীৰ। নামঘৰত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা প্ৰমুখ্যে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, সাংসদ কুইন ওজাৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তি। নামঘৰত উপস্থিত নাম-প্ৰসংগত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।