skip to Main Content

দুই মহিলাক লৈ পল্টন বজাৰত ৰে’ল ষ্টেশ্যনত উত্তপ্ত পৰিস্থিতি।

  • Assam


দুই মহিলাক লৈ পল্টন বজাৰত ৰে’ল ষ্টেশ্যনত উত্তপ্ত পৰিস্থিতি।ৰে’লৱে আৰক্ষী থানাৰ সন্মুখত মাৰপিট।মহিলা ৰে’লৱে কৰ্মী আৰু আন এগৰাকী মহিলা যাত্ৰীৰ মাজত মাৰপিট।মহিলা যাত্ৰীগৰাকীৰ বিৰুদ্ধে প্লেটফৰ্মৰ পৰা ছুপাৰি চুৰ কৰাৰ অভিযোগ।আৰক্ষীয়ে জব্দ কৰি প্লেটফৰ্মত ৰাখি থৈছিল ছুপাৰিখিনি।

Back To Top