Skip to content

মহানগৰীৰ চানমাৰিত ৰে’লৰ চেপাত এজন শ্ৰমিকৰ মৃত্যু।

  • Assam


বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ চানমাৰিত ৰে’লৰ চেপাত শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিকজন বিহাৰৰ মতিহাৰীৰ চাৰাজুল আলম বুলি চিনাক্ত কৰা হৈছে।৬.৩০বজাত কাম শেষ কৰি ভাড়াঘৰলৈ উভতিছিল লোকজন।
ৰে’ল লাইন পাৰ হ’ব লওতেই সংঘটিত হয় এই অঘটন।

Back To Top