Skip to content

ফেচবুক কোম্পানীৰ নাম সলনি হ’ব।


Facebookৰ নাম একেই থাকিব।কোম্পানীৰ নামহে সলনি হ’ব।বৃহস্পতিবাৰে ফেচবুকৰ চিফ এক্সিকিউটিভ অফিচাৰ (CEO) তথা প্রতিষ্ঠাতা মার্ক জুকাৰবার্গ সংস্থাৰ নতুন নাম ঘোষণা কৰে।এতিয়াৰ পৰা ইয়াৰ নাম হ’ব Meta (Metaverse). কোম্পানীটোৰ অধীনত থকা এপ্লিকেচন (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ)ৰ নাম একেই থাকিব।

Back To Top