Prime Minister Narendra Modi addressed the nation from Red Fort on the occasion of the…
বিগ বছ ১৫ ৰ খিতাপ অর্জন কৰিলে তেজস্বী প্ৰকাশে
তেজস্বী প্ৰকাশে দখল কৰিলে বিগ বছ ১৫ ৰ খিতাপ। বিগ বছ ১৫ ৰ এই ছিজনৰ বিজয়ী হয় তেজস্বী। শ্ব’ৰ হোষ্ট ছলমান খানে বিজয়ী আৰু প্ৰাইজমানি ঘোষণা কৰে দেওবাৰে। তেজস্বী এই ছিজনৰ চূড়ান্ত বিজয়ী হোৱাৰ লগতে প্ৰথম ৰানাৰআপ হয় প্ৰতীক সহজপাল আৰু দ্বিতীয় ৰানাৰআপ হয় কৰন কুন্দ্ৰা। বিগ বছ ১৫ ৰ চূড়ান্ত বিজয়ীৰ সৈতে ছলমান খানে আন এক ঘোষণা কৰে যে, একতা কাপুৰৰ ড্ৰামা নাগিনৰ পৰৱৰ্তী ছিজনৰ নাগিন হব তেজস্বী।