Skip to content

বিটিচি চুক্তি দিৱস পালন


কোকৰাঝাৰৰ দেৱৰগাঁৱৰ ছহিদ উদ্যানত উদযাপন ২০ তম বিটিচি চুক্তি দিৱস।বিপিএফ দলে পালন কৰিলে বিটিচি চুক্তি দিৱস।ইফালে বিটিচি চৰকাৰে উদযাপন নকৰিলে বিটিচি চুক্তি দিৱস ।চৰকাৰী ভাৱে বিটিচি চুক্তি দিৱস উদযাপন নকৰাত ক্ষোভ প্ৰকাশ হাগ্ৰামাৰ ।

Back To Top