Skip to content

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক’ভিড আক্ৰান্তৰ সংখ্যা


বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক’ভিড আক্ৰান্তৰ সংখ্যা।বৰ্তমানলৈ ২৯ গৰাকী ক’ভিড পজিটিভ ৰোগী পোৱা গৈছে বিমান বন্দৰত।বিমানবন্দৰত থকা স্ক্ৰীণিং চেন্টাৰত বহি:ৰাজ্যৰ বিমান যাত্ৰীৰ দেহত প্ৰতিদিনে ধৰা পৰিছে ক’ভিড পজিটিভ।সেয়েহে এতিয়া চিন্তাত পৰা দেখা গৈছে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য়বাসী।

Back To Top