skip to Main Content

বিশিষ্ট শিশু সাহিত্যিক, অনুবাদক তোষপ্ৰভা কলিতাৰ দেহাৱসান।

বিশিষ্ট শিশু সাহিত্যিক, অনুবাদক তোষপ্ৰভা কলিতাৰ দেহাৱসান। ৮৩ বছৰ বয়সত মহানগৰীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।২০১৩ চনত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাৰে সন্মানিত।বিশিষ্ট শিশু সাহিত্যিকগৰাকীৰ জন্ম ১৯৩৮ চনৰ ২১ ফেব্ৰুৱাৰীত নগাঁৱত।

Back To Top