Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
বিশ্ব অভিলেখ গঢ়িলে অসমৰ ৬ ছাত্ৰই
আন্তঃৰাষ্ট্ৰীয় ভিত্তিত আমেৰিকাত অনুষ্ঠিত হোৱা ওৱেবছাইট আৰু এপছৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাস্কৰজ্যোতি শইকীয়া, ৰাজশ্বেখৰ শইকীয়া, সঞ্জীৱ নাগ, জ্যোতিস্মান শইকীয়া, বিবেক বৰুৱা আৰু আফ্ৰিদ হকে৷ বিশ্বৰ ১৩৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ছাত্ৰকেইজনৰ দলীয় প্ৰচেষ্টাত উদ্ভাৱন কৰা বিশ্বৰ সবাতকৈ জনপ্ৰিয় ছ’চিয়েল মিডিয়া ‘facebook’ৰ বিকল্প এপছ ‘socigram’-এ শীৰ্ষ দশম স্থান দখল কৰিবলৈ সক্ষম হয়।