skip to Main Content

দক্ষিণগাঁও চাইকেল পথত অ’পেন ষ্ট্ৰীট গুৱাহাটীৰ অনুষ্ঠান

  • Assam

গুৱাহাটীৰ দক্ষিণগাঁওস্থিত চাইকেল পথত অ’পেন ষ্ট্ৰীট গুৱাহাটীৰ এক অনুষ্ঠান। অনুষ্ঠানটো আয়োজন কৰে পেডেল ফৰ এ চেঞ্জ নামৰ সংস্থাটোৱে। সংস্থাটোৰ মুখপাত্ৰ হৈছে আৰ্চেল আখতাৰ। অনুষ্ঠানৰ যোগেদি সকলো ৰাইজক আহ্বান জনোৱা হয় চাইকেল চলাই সকলোকে এখন প্ৰদূষণ মুক্ত অসম গঢ়িবলৈ। আজি অনুষ্ঠানটোত চাইক্লিংৰ লগতে , আৰ্ট, জোম্বা আৰু বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Back To Top