skip to Main Content

ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজত ভয়ংকৰ বিস্ফোৰণ


মুম্বাইস্হিত যুদ্ধ জাহাজত ভয়ংকৰ বিস্ফোৰণ।নিহত তিনিজনকৈ সেনা জোৱান।যুদ্ধ জাহাজ আই এন এছ ৰণবীৰৰ আভ্যন্তৰীণ কম্পামেন্টত সংঘটিত হয় এই বিস্ফোৰণ।এই ঘটনাত তিনি নৌ সেনা জোৱানৰ লগতে আহত হয় ১১জনকৈ জোৱান।বৰ্তমানলৈকে বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই।

Back To Top