Three Wushu players from Itanagar's Sangay Lhaden Sports Academy (SLSA) have reached a significant milestone…
মহানগৰীত IPL জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান।
গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান।নৱগ্রহৰ মেপল অ’কৰ এটা এপাৰ্টমেণ্টত অভিযান।দীৰ্ঘদিন ধৰি IPLৰ নামত চলি আছিল এই জুৱা।জুৱাৰ নেতৃত্ব দিছিল অজয় আগৰৱালা নামৰ এজন লোকে।লোকজনক বিচাৰি আজি ক্রাইম ব্রান্সে চলাইছিল অভিযান।সম্প্রতি লোকজন পলাতক।৩ দিন পূৰ্বে ক্রাইম ব্রান্সে গ্রেপ্তাৰ কৰিছিল ৩ জুৱাৰীক।জুৱাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতে চলিছিল এই অভিযান।