এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ’ল ভাৰতীয় হকী টিম
এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ'ল ভাৰতীয় হকী টিম।এছিয়া কাপ ২০২২ৰ ভাৰতীয় হকী টিমে ব্ৰঞ্জৰ মেডেল জয়ী কৰিবলৈ সক্ষম হয়।জাৰ্কাতাত অনুষ্ঠিত খেলখনত ভাৰতীয় দলে জাপানক ১-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয়।
এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ'ল ভাৰতীয় হকী টিম।এছিয়া কাপ ২০২২ৰ ভাৰতীয় হকী টিমে ব্ৰঞ্জৰ মেডেল জয়ী কৰিবলৈ সক্ষম হয়।জাৰ্কাতাত অনুষ্ঠিত খেলখনত ভাৰতীয় দলে জাপানক ১-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয়।
আজি ITA MACHKHUAত অনুষ্ঠিত হয় North East Inter Institutional Debating প্ৰতিযোগিতা খন।ক'ভিডৰ কাৰণে যোৱা দুটা বছৰে অনুষ্ঠিত কৰিব পৰা নাছিল এই তৰ্ক প্ৰতিযোগিতা খন।এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে মানস বৰা মেমৰিয়েল ট্ৰাষ্ট আৰু Old Boys সৈনিক স্কুল গোৱালপাৰা।
বিশ্বৰ সৰ্ববৃহৎ জাৰ্ছী প্ৰদৰ্শিত হ'ল IPLত।গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল BCCI।
আজি তাজ ভিভান্তাত অসম অলিম্পিক সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয়।সৰ্বানন্দ সোনোৱাল, সিদ্ধাৰ্থ ভটাচাৰ্য কে ধৰি বহুকেইজন ক্ৰিয়াৰ লগত জড়িত ব্যক্তি তাত উপস্হিত থাকে ।সকলোকে ক্ৰিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে উৎসাহ যোগাই সৰ্বানন্দ সোনোৱালদেৱে।
পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।পাকিস্তানৰ সৈতে ভাৰতৰ শান্তিপূৰ্ণ সম্বন্ধ হব লাগে বুলি উল্লেখ আছে পত্ৰ খনত।শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পাকিস্তান চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।ইতিমধ্যে মোদীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক।মোদীৰ টুইটৰ পিছতে…
কোৰিয়াৰ গয়াঙত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টাইকোৱানডো পোমছে চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰা দুগৰাকী খেলুৱৈ মহাশ্বেতা কাশ্যপ আৰু মৈত্ৰেয়ী শৰ্মাক অসম অলিম্পিক সন্থাই বুধবাৰে সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আতঁ ধৰা অনুষ্ঠানটোত ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ…
আজিৰ পৰা অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে ২২-২৩ মাৰ্চত প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ টচেন বড়া আৰু প্ৰদীপ কুমাৰ ব্ৰহ্মৰ নামত সপ্তম বর্ষৰ ফুটছাল আয়োজন কৰিছে। আজি ২২ মাৰ্চৰ মঙলবাৰে বিয়লি ৫ বজাত উদ্ধোধন কৰা হয়।
আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament।এই Chess Tournamentখনৰ শুভ আৰম্ভণি কৰে ক্ৰিড়া মন্ত্ৰী বিমল বৰাই।
আজি নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এক সংবাদমেল।অসম অলিম্পিক সন্থা,অসম ফুটবল সন্থা,গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।ক'ভিডৰ কাৰণে বহুত দিন বিভিন্ন খেল সমূহ বন্ধ হৈ আছিল।কিন্তু এতিয়া সকলো পৰিস্থিতি ঠিক হোৱাৰ বাবে ক্ৰীড়া খেত্ৰখন আগোৱাই…
আজিৰে পৰা আৰম্ভ হয় ৪৩সংখ্যক Athletics Championship 2022।ইন্দিৰা গান্ধী Athletics Stadiumত ৪৩সংখ্যক Junior-Senior Athletics Championship 2022 আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই।ক্ৰীড়াৰ লগত জড়িত বহুজন ব্যক্তিৰ উপৰিও উপস্হিত থাকে মন্ত্ৰী যোগেন মোহন।