In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
মাঘ বিহুৰ সামাজিক অনুষ্ঠানত নিষেধাজ্ঞা।ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে ঘৰতে বিহু পতাৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
মাঘ বিহুৰ ক্ষেত্ৰত কঠোৰ ৰাজ্য চৰকাৰ।যিহেতো প্ৰতিদিনে বৃদ্ধি পাইছে ভয়ংকৰ ৰূপত ক’ভিডৰ লগতে অমিক্ৰণৰ সংক্ৰমণ,সেয়েহে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।মাঘ বিহু ঘৰতে হয়,সেয়েহে একো অসুবিধা নহয়-মুখ্যমন্ত্ৰী।আজি আলোচনাত মিলিত হ’ব স্বাস্থ্য মন্ত্ৰীৰ লগত।ক’ভিডৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।