A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
মাজুলীৰ পৰা অহা ভাগিনে নিশা কটালে কলাক্ষেত্ৰত
কলাক্ষেত্ৰত নিশা কটালে মাজুলীৰ পৰা অহা ভাগিনে।আউনিআটি, দক্ষিণপাট সত্ৰৰ শতাধিক শিশু, যুৱক গুৱাহাটীত। মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছিল ৪৭গৰাকী ভকতো।আজি নিশা মুখ্যমন্ত্ৰীক লগ পাব মাজুলীৰ ৪৭গৰাকী ভকতে।মামাৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিবলৈ উত্সাহী ভাগিনসকল।আজি চিৰিয়াখানা আৰু তাৰকাগৃহ চাব মাজুলীৰ পৰা অহা ভাগিনে।