A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
মাতৃত্ব অর্জন কৰিলে প্ৰিয়ংকা চোপ্ৰাই
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ৰ ঘৰলৈ আহিল সন্তান। প্ৰিয়ংকাই কালি নিশা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে পিতৃ-মাতৃ হোৱাৰ খবৰ। বিবাহৰ ৩ বছৰ পিছত তেওঁলোকৰ ঘৰত জন্মিল সন্তান। প্ৰিয়ংকাই এগৰাকী মাতৃ হ’বলৈ পাই যথেষ্ট সুখী বুলি জনায় অনুৰাগীকক। খবৰ অনুসৰি, চাৰোগেচীৰ জৰিয়তে মাতৃত্ব অৰ্জন কৰে প্ৰিয়ংকাই। সন্তান জন্মৰ খবৰ প্ৰকাশ কৰে যদিও প্ৰকাশ কৰা নাই কন্যা নে পুত্ৰ সন্তান।