আজি কমনৱেলথ গেমছত পুনৰ জয়লাভ হিমা দাসৰ। ৪x১০০ ৰীলত হিমা দাসৰ জয়লাভ। দেশজুৰি তেখেতক শুভেচ্ছা…
মাত্ৰ ১১২২ টকাত বিমান যাত্ৰা, ৩১ ডিচেম্বৰলৈকে আছে বুকিং সুবিধা
যদি আপোনি নতুন বছৰত ফুৰিবলৈ যোৱাৰ কথা ভাবিছে তেন্তে কম খৰছতে কৰিব পাৰিব বিমান যাত্ৰা। ঘৰুৱা বিমানসেৱা কোম্পানী Spice jet-এ দিছে Wow Winter Sale নামৰ এক বিশেষ অফাৰ। এই অফাৰ জৰিয়তে ২৭ ডিচেম্বৰ পৰা ৩১ ডিচেম্বৰ ২০২১ লৈকে টিকট বুকিং কৰক মাত্ৰা ১১২২ টকাত। অফাৰৰ সুবিধা ১৫ জানুৱাৰী পৰা ১৫ এপ্ৰিল ২০২২ লৈকে লাভ কৰিব। আপোনাৰ ভ্ৰমণৰ যিকোনো সালসলনি দুদিন আগতে জনায় বিনা শুল্কে কৰিব পাৰিব। কেৱল ইমানেই নহয় Wow Winter Sale ৰ জৰিয়তে টিকট বুকিং কৰা সকলক পৰৱৰ্তী ভ্ৰমণৰ বাবে ৫০০ ফ্ৰি ফ্লাইট ভাউচাৰ দিয়া হ’ব আৰু ১৫ জানুৱাৰী পৰা ৩১ জানুৱাৰীলৈ ব্যৱহাৰ কৰিব পাৰিব।