At least nine people were killed and 33 injured after a bus carrying pilgrims fell…
মুখ্যমন্ত্ৰীৰ পিতৃক প্ৰেৰণ কৰা হ’ল জেললৈ।
ব্ৰাহ্মণ সমাজক লৈ বিৰ্তকিত মন্তব্য কৰা পিতৃক গ্ৰেপ্তাৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীয়ে।চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দকুমাৰ বাঘেলে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰিছিল বিৰ্তকিত মন্তব্য। এই বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে কৰা এক গোচৰত শেহতীয়াকৈ ৰায়পুৰৰ এখন আদালতে প্ৰদান কৰিছিল গ্ৰেপ্তাৰৰ নিৰ্দেশনা। ইয়াৰ পাছতে পিতৃৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।