
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই।আজি ৰাজীৱ ভৱনত ১ন্টা ধৰি মৌন ব্ৰত কাৰ্যসূচী গ্ৰহণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো বিষয়-ববীয়াই।মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব বুলীও তেখেতে মন্তব্য প্ৰকাশ কৰিলে।