![](https://newsnetworktv.com/wp-content/uploads/2022/01/WhatsApp-Image-2022-01-22-at-10.49.10-AM.jpeg)
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা কোৰোনাত আক্ৰান্ত।হোম কোৱাৰেন্টাইন হৈ আছে মুখ্যমন্ত্ৰীগৰাকী।টুইটাৰযোগে সদৰি কৰিলে কনৰাড চাংমা।তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান।উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল দিল্লীলৈ।দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিছিল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে।